Love

  Green was my favourite colour
  Why you taught me to love Red!
  Now, in my heart
  There is an ocean of sadness..


  প্ৰেম


  সেউজীয়া মোৰ প্ৰিয় ৰঙ আছিল
  কিয় তুমি ৰঙা ভাল পাবলৈ শিকালা!
  বুকুৰ ভিতৰত এতিয়া মোৰ
  এসাগৰ দুখৰ ধুমুহা ।

Comments