তুমি কোৱা আমি প্ৰকৃতিৰেই এটা অংশ।
এই প্ৰকৃতিৰ পৰাই আমাৰ উদ্ভৱ,এই প্ৰকৃতিৰ মাজতেই বিলুপ্তি।
হেৰাই যাম বুলি ভয় কৰিব লগা কিনো আছে!
এই আকাশ_বতাহ,এই গছ_গছনি, জাক জাক বৰষুণ, ৰঙচুৱা ৰʼদবোৰ,নিয়ৰৰ টোপালবোৰ,
সকলোতেই তুমি আছা, মই আছো,আমি আছো আৰু থাকি যাম চিৰকাল...😘😘😘
Comments
Post a Comment