তোমাৰ অনামী স্পৰ্শত

যন্ত্ৰণাবোৰ গলিবলৈ ধৰিছিল

আকাশ নেদেখা কিমান দিন হ'ল!

নীলাবোৰ চুই নোচোৱা কিমান দিন হ'ল!

হেঁপাহবোৰে বাট নোবোলাও ঠিক সিমান দিনেই হ'ল,

আজি জানা ওন্দোলা মেঘেৰে আকাশখন ওফন্দি আছিল

বৰষুণ এজাক ভালকৈয়ে আহিল হুৰাহুৰে

বিজুলীৰ চিকমিকনিয়ে তেতিয়া মোৰ চকু চাট মাৰি ধৰিছিল.....

Comments